Transcript · Assamese → English
Fish Market Incident and Religious Significance
They brought fish in the morning, about a quintal of fish.
Among them, there are about 10 fish left.
আৰু ১০ টা মান আছে।
Among those, I saw something like this on one of the fish...
that I realized some words of Allah were inscribed on it.
After finding it,
I asked many people, and after asking, they said that...
it is some words of Allah, something from the Quran.
I found something,
that this is some word of Allah.
This trader brought fish in the morning.
He brought the fish and was selling them here in the market, at the Haldibari Mini
হালধিবাৰী মিনি পিএইচচি বজাৰত।
we looked at it and saw that some words of Allah were written on the fish here.
we looked at it and saw that some words of Allah were written on the fish here.
We didn't realize this before, actually.
Only later did we look at it. After that, many people came.
We showed it to them, and they saw it. That's all.
We showed it to them, and they saw it. That's all.
That is also written here.
That is also written here.
End of transcript · 191 words · machine translated
Original transcript (Assamese)
আনে ৰাতিপুৱাত মাছ আনিছে, এক কুইন্টলমান মাছ আনিছে। তাৰে ভিতৰত মানে ১০ টা মান মাছ আছে। মাছ কটা শেষ হৈ গৈছে প্ৰায়। আৰু ১০ টা মান আছে। তাৰ ভিতৰত এটা মাছত মানে এনেকুৱা দেখা পালোঁ যে কিবা আল্লাহৰ কিবা কালাম-চালাম উঠা গম পাইছোঁ।
পোৱাৰ পিছত তেওঁলোকে মানে ৰাস্তাৰ কাষত মাছ বেচি আছিলোঁ। বহুত জনক সুধিছোঁ, সোধাৰ পিছত ক'লে যে আল্লাহৰ কিবা কালাম-চালাম, কোৰানৰ কিবা। কিবা পাইছোঁ, হুজুৰ মুফতি তেওঁলোকক কৈছোঁ যে এইটো আল্লাহৰ কিবা কালাম।
এই বেপাৰীটোৱে মানে ৰাতিপুৱা মাছ লৈ আহিছে। মাছ লৈ আহি মানে ইয়াতে বিক্ৰী কৰি আছে বজাৰত। হালধিবাৰী মিনি পিএইচচি বজাৰত। বিক্ৰী কৰাৰ পিছত মানে চালোঁ আমি ইয়াতে মাছৰ ওপৰত মানে আল্লাহৰ কিবা এটা কালাম লিখা উঠিছে।
এইটো আগতে আমি গম পোৱা নাছিলোঁ তাৰমানে। পিছতহে চালোঁ এইটো। তাৰ পিছত মানে বহুত মানুহ আহিল। তেওঁলোকক মানে দেখুৱালোঁ, দেখিলে। এখিনিয়েই আৰু।
তাকেও ইয়াতে লিখা আছে।