Fish Market Incident and Religious Significance
আনে ৰাতিপুৱাত মাছ আনিছে, এক কুইন্টলমান মাছ আনিছে।
তাৰে ভিতৰত মানে ১০ টা মান মাছ আছে। মাছ কটা শেষ হৈ গৈছে প্ৰায়।
আৰু ১০ টা মান আছে।
তাৰ ভিতৰত এটা মাছত মানে এনেকুৱা দেখা পালোঁ
যে কিবা আল্লাহৰ কিবা কালাম-চালাম উঠা গম পাইছোঁ।
পোৱাৰ পিছত তেওঁলোকে মানে ৰাস্তাৰ কাষত মাছ বেচি আছিলোঁ।
বহুত জনক সুধিছোঁ, সোধাৰ পিছত ক'লে যে
আল্লাহৰ কিবা কালাম-চালাম, কোৰানৰ কিবা।
কিবা পাইছোঁ, হুজুৰ মুফতি তেওঁলোকক কৈছোঁ
যে এইটো আল্লাহৰ কিবা কালাম।
এই বেপাৰীটোৱে মানে ৰাতিপুৱা মাছ লৈ আহিছে।
মাছ লৈ আহি মানে ইয়াতে বিক্ৰী কৰি আছে বজাৰত।
হালধিবাৰী মিনি পিএইচচি বজাৰত।
বিক্ৰী কৰাৰ পিছত মানে চালোঁ আমি
ইয়াতে মাছৰ ওপৰত মানে আল্লাহৰ কিবা এটা কালাম লিখা উঠিছে।
এইটো আগতে আমি গম পোৱা নাছিলোঁ তাৰমানে।
পিছতহে চালোঁ এইটো।
তাৰ পিছত মানে বহুত মানুহ আহিল।
তেওঁলোকক মানে দেখুৱালোঁ, দেখিলে।
এখিনিয়েই আৰু।
তাকেও ইয়াতে লিখা আছে।
End of transcript · 139 words